A/C No. 321042010025429

অসম সত্ৰ মহাসভা

ৰজাবাৰী, যোৰহাট, অসম


executive president photo

Executive President


 ১৯১৫ চনতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুয়োজনাৰ আদৰ্শৰে প্ৰতিষ্ঠা লাভ কৰা ‘অসম সত্ৰ মহাসভা’ সগৌৰৱে শতবছৰ গৰকি যোৱা এটা সাংস্কৃতিক, আধ্যাত্মিক আৰু অৰাজনৈতিক জাতীয় অনুষ্ঠান ।